bibrabiceps

bibrao daka (Garo)
Contributed by: Mousumi Konwar on 2023-05-29
1. (Verb-Intran.) (somewhre in the body)you feel as if many small sharp points are pushing from inside the skin trying to come out. শৰীৰৰ কোনো অংগ ছালত হোৱা এক বিৰক্তিকৰ অনুভূতি য’ত এনেলাগে যেন ছালৰ তলত সৃষ্টিহোৱা অসংখ্য জোঙা বিন্দুৱে ছালত খুচিবলৈ ধৰিছে আৰু চৰ্ম ভেদি সেই জোঙা বিন্দু বোৰ ওলাই আহিব খুজিছে৷